Media & News
अखण्ड-रामायण-पारायण-कार्यक्रम्ः..
সংস্কৃত ভাৰতীৰ দ্বাৰা অখণ্ড ৰামায়ণ পাঠ । অনাগত ২২ জানুৱাৰী ২০২৪ তাৰিখে অযোধ্যাৰ ৰামমন্দিৰৰ ভগৱান ৰামৰ প্ৰতিমূৰ্তিত হব লগা প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ ফালৰ পৰা এক অখণ্ড ৰামায়ণ পাঠৰ কাৰ্যসূচী লোৱা হৈছে। ২১ জানুৱাৰী ২০২৪ তাৰিখে দিনৰ ১২:০০বজাৰ পৰা আৰম্ভ হবলগীয়া এই অখণ্ড ৰামায়ণ পাঠ কাৰ্যসূচী ২২ জানুৱাৰী, ২০২৪ৰ দুপৰীয়া ১২ বজালৈ অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠ..
- Post By : North Assam
- 20-01-2024
उत्तर-असम